Call us on 9511532956 or 7296876106
Call us on 9511532956 or 7296876106
Signed in as:
filler@godaddy.com
If you're in class 10th, 11th or even in 12th and you're planning to Study Abroad after your 12th, then you should start planning from now. Your 12th boards are extremely crucial and you need to ensure a good score to get that coveted seat in your dream college or university. If you plan from now, instead of getting distracted with preparing for various competitive exams, you can channelize your energies so that you can study abroad in a university ranked in the top 100 or 200 worldwide.
What courses can you Study Abroad?
Are there some unique courses available?
Why not Study Abroad right after Class 12?
Why wait till graduation to Study Abroad?
বিদেশত শিক্ষা গ্ৰহণ কৰিবলৈ ইচ্ছা কৰা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে কিছু কথা। বিদেশত কেনে ধৰণৰ বেলেগ বেলগ পাঠ্যক্ৰম আছে, বিদেশত পঢ়িবলৈ যাবলৈ কেনেদৰে নিজকে সাজু কৰিব লাগে আৰু লগতে স্টুডেন্ট লোন আদিৰ বিষয়ে ভিডিঅটোত অলপ আলোচনা কৰা হৈছে।
Watch the video to know more!
Why is Danny, from Dhemaji, Assam, learning French at POLYGLOT French Classes?
Danny is a martial arts expert, an English language graduate and is currently Studying Abroad! This video is from the time when he was learning French at POLYGLOT
Why learn German?
Get a seat in top German public universities. Study Engineering, Physics, Mathematics, Biotechnology, Economics, Robotics, Artificial Intelligence, Mechatronics or Biomechanical Engineering, or go for Business Studies, or an MBA from a Top Business School.
Learn Spanish. Add a language skill to your CV.
Earn a premium salary as a language expert.
If you want to Study Abroad, language skills are a must,
Make your CV stand out with a language skill.
Why learn French? Apart from being one of the official languages in many international organizations, French language skills give you a tremendous advantage be it for Studying Abroad or for getting a top salary job.
There is a huge demand for language speakers and adding a language skill to your profile pushes you to the top of the game!
কেৰিয়াৰ গাইডেণ্সৰ ওপৰত যিখিনি লিখিবলৈ ওলাইছো, সেয়া অত্যন্ত গুৰুত্বপূৰ্ণ।
কিছু কথা তথ্য সহকাৰে লিখিম কাৰণ বিশেষকৈ অসমত এই বিষয়বোৰৰ প্ৰচাৰ বা প্ৰচলন একেবাৰে ক'ম। অনুগ্ৰহ কৰি মন দি পঢ়িব আৰু আন দহ জনকো জানিবলৈ দিব বুলি আশা কৰিলোঁ। নিশ্চিত ভাৱেই উঠি অহা নব প্ৰজন্মৰ লগতে আন বহুতেই সংস্থাপনৰ নতুন বাটৰ বিষয়ে জানিব পাৰিব।
প্ৰথমতেই এটা বাস্তৱ--- এজন সাধাৰণ গ্ৰেজুয়েটে ( বিএ, বি কম বা বি এচ চি) গ্ৰেজুয়েশ্যনৰ পাছতেই চাকৰি আৰম্ভ কৰিলে জইনিং চেলাৰি কিমান পাব--- খুব বেছি ১৫০০০, হয়তো কেতিয়াবা অলপ বেছি।(মই জইনিং চেলাৰিৰ কথাহে কৈছোঁ, কৰ্ম অভিজ্ঞতাৰ অবিহনে)। কিন্তু গ্ৰেজুয়েশ্যনৰ লগতে যদি এটা বিদেশী ভাষা (ফ্ৰেন্ছ, জাৰ্মান, স্পেনিছ ইত্যাদি) শিকি ল'ব পাৰি তেনেহ'লে সেই একে গ্ৰেজুয়েট জনৰ দৰমহা একেচাটে ৪০,০০০ ৰ পৰা ৭০,০০০ লৈ বৃদ্ধি পাব পাৰে।
অধিক তথ্যৰ বাবে---
যদি এজন গ্ৰেজুয়েটে গ্ৰেজুয়েশ্যন কৰি থকাৰ সময়তে স্পেনিছ (Spanish) ভাষাৰ B1 লেভেললৈকে শিক্ষা গ্ৰহণ কৰে তেনেহ'লে তেওঁ স্পেনিছ প্ৰচেচ থকা যি কোনো কোম্পানীত অনায়াসে ৫০,০০০ টকাৰ মাহিলি দৰমহাত চাকৰিত সংস্থাপিত হ'ব পাৰিব। যদি B2 বা C1 লেভেললৈকে শিক্ষা গ্ৰহণ কৰি এবছৰৰ কৰ্ম অভিজ্ঞতাৰে সৈতে ৭০,০০০ লৈকে দৰমহা পাব পাৰে। ফ্ৰেন্চ, জাৰ্মান, ইটালিয়ান আদি ভাষা বিলাকৰ ক্ষেত্ৰতো একেই।
এতিয়া যিকোনো ভাষাত B1 লেভেললৈকে শিকিবলৈ প্ৰয়োজন হয় মাত্ৰ ন মাহ সময়ৰ আৰু B2/C1 লেভেলকেইটাৰ বাবে এবছৰৰ পৰা দেৰ বছৰৰ প্ৰয়োজন। এই শিক্ষা গ্ৰেজুয়েশ্যন কৰি থকাৰ লগতে বৰ অনায়াসে কৰি ল'ব পৰা যায়। যিহেতু বিদেশী ভাষা শিকিবলৈ কোনো বয়সৰ সময় সীমা নাথাকে গতিকে ইচ্ছুক জনে স্কুলত পঢ়ি থাকোতেও বিদেশী ভাষাৰ শিক্ষা গ্ৰহণ কৰিব পাৰে। অসমৰ বাহিৰত বিভিন্ন ঠাইত এতিয়া প্ৰায়বোৰ স্কুলতে এটা হ'লেও বিদেশী ভাষা শিকায়।
A1, A2, B1,B2, C1, C2 ইত্যাদি প্ৰত্যেক পৰ্যায়তে চাৰ্টিফিকেটৰ বাবে শিক্ষাৰ্থীসকল পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। উল্লেখযোগ্য যে এই পৰীক্ষা বিলাকৰ চাৰ্টিফিকেট দিয়াৰ ক্ষমতা কেৱল নিমোক্ত অনুষ্ঠান কেইখনৰ হে আছে----
Alliance Française for French language, Goethe Institut for German language, Instituto Cervantes for Spanish language
পৃথিৱীৰ যিকোনো দেশতেই ভাষা শিকিলেও ইন্টাৰনেশ্যনেলি ৰিকগনিশ্যন থকা CEFRL (Common European Framework of Reference for Languages) চাৰ্টিফিকেট কেৱল উপৰোক্ত অনুষ্ঠান কেইটাই হে দিব পাৰে।
এতিয়া অসমৰ বাবে মুখ্য প্ৰশ্নটো হৈছে ক'ত শিকিব বিদেশী ভাষা। অসমৰ বাহিৰত বিভিন্ন ৰাজ্যত বিদেশী ভাষাৰ শিক্ষা গ্ৰহণ কৰাটো নতুন কথা হৈ থকা নাই কিন্তু অসমতহে এনে অনুষ্ঠানৰ অভাৱ। দিল্লী, মুম্বাই, জয়পুৰ, কল'কাতা আদি বিভিন্ন চহৰত বিদেশী ভাষাৰ শিক্ষা গ্ৰহণ কৰিবৰ বাবে বিভিন্ন অনুষ্ঠান/ প্ৰতিষ্ঠান আছে। অসমতে থাকি ভাষা শিকিব খুজিলেও আমাৰ অনুষ্ঠান পলিগ্লটে সেই সুবিধা অসমবাসীলৈ লৈ আহিছে। অন লাইন লাইভ ক্লাছৰ যোগেদি যিকোনো ঠাইৰ পৰা এতিয়া যিকোনো বিদেশী ভাষাৰ শিক্ষা গ্ৰহণ কৰাটো সম্ভৱ। বৰ্তমান কাজিৰঙা ইউনিভাৰচিটি, ডিব্ৰুগড়, যোৰহাট, গুৱাহাটী আদি বিভিন্ন ঠাইৰ পৰা অনলাইন লাইভ ক্লাছ যোগেদি বহুতে পলিগ্লটৰ পৰা ভাষা শিকি আছে।
বিদেশী ভাষাৰ প্ৰয়োজনীয়তাৰ সৰু উদাহৰণ----
হায়দৰাবাদত এটা Multinational Company ৰ ফ্ৰেন্স প্ৰচেচৰ বাবে ইন্টাৰভিউ চলি আছিল। এগৰাকী ৫০ ৰ উৰ্দ্ধৰ মহিলা ইন্টাৰভিউ দিবলৈ আহিছিল। ফ্ৰান্সত বহু বছৰ থকা বাবে তেওঁ সলসলীয়াকৈ ফ্ৰেন্চ ভাষা ক'ব পাৰিছিল। তাৰ বাদে মাল্টিনেশ্যনেল কোম্পানীত চাকৰি কৰাৰ তেওঁৰ কোনো অভিজ্ঞতা নাছিল। আনকি কম্পিউটাৰো চলাব নাজানিছিল ভালকৈ তেওঁ। পুতেক হত ডাঙৰ হৈ বাহিৰলৈ গুছি যোৱাৰ বাবে ঘৰত বিৰক্ত হৈ তেওঁ চাকৰিৰ বাবে চেষ্টা কৰিছিল। একমাত্ৰ ফ্ৰেন্চ ভাষাটোৰ বাবেই একো অভিজ্ঞতা নথকা মানুহগৰাকীক খুব ভাল জইনিং চেলাৰি সহকাৰে HSBCত হায়াৰ কৰা হৈছিল।
উদাহৰণটোৰ এইটোৱে অৰ্থ যে বিদেশী ভাষা জনা মানুহৰ সংখ্যা তুলনামূলকভাৱে প্ৰয়োজন অনুপাতে এতিয়াও ক'ম।
বিভিন্ন বহুজাতিক কোম্পানীয়ে Foreign Language Process বিলাকৰ বাবে LANGUAGE EXPERT হায়াৰ কৰে। ইয়াৰ উপৰিও স্কুলত ফ্ৰেন্চ বা জাৰ্মান শিক্ষক এজনে ৩৫০০০ ৰ পৰা ৫০০০০ লৈকে দৰমহা পায়। লগতে tourism, Translation & Interpretation, Embassies, United Nations ইত্যাদিটো লেঙগুৱেজ এক্সপাৰ্টৰ প্ৰয়োজন হয়। বহু ক্ষেত্ৰত বাহিৰত পঢ়িবলৈ গলেও বিদেশী ভাষা জনাটো অপৰিহাৰ্য্য হৈ পৰে।
অলপ বেলেগ ধৰণেৰে ভাবি চিন্তা কৰি আগবাঢ়িবলৈ সুবিধা হ'ব বুলিয়ে এইখিনি লিখিলোঁ। অধিক তথ্যৰ বাবে যোগাযোগ কৰিব পাৰে।
If you are a student of Class 10, 11 or 12, or even an undergraduate student, do not let time slip through your fingers. Use time wisely! Acquire a language skill: learn German, French, Spanish or Italian languages. We have German, French, Spanish and Italian classes as well as preparatory classes for IELTS & TOEFL
Use the time in hand to build up your skills. Upskill! l yourself indispensable. Acquire Foreign Language Skills. Add value to your CV. Learning a language is a quick win. It's easy to acquire, adds tremendous value to your resume and doesn't require any prior academic background. Anyone can learn a language, but most people don't want to put in even the slight effort required. Hence, language experts are always in demand and earn a premium over their peers.
Copyright © 2018-2024 POLYGLOT - All Rights Reserved.
Ivy League!
World Top 100 University!
Study in the USA, Canada, the UK, Ireland, France, Germany, Poland, the Netherlands, Italy, Spain, other European countries, Australia & New Zealand with POLYGLOT STUDY ABROAD!
Learn German French Spanish Italian!
Prepare for the IELTS TOEFL PTE CELPIP OET & other English proficiency tests!
Talk to our counsellors today!
This website uses cookies. By continuing to use this site, you accept our use of cookies.